Bauli Fagun [ বাউলী ফাগুন ] || Ep – 349 || 13/04/2024 ||

Bauli Fagun [ বাউলী ফাগুন ] || Ep – 349 || 13/04/2024 ||



[matched_content]

ফুটফুটিয়া ফ্ৰ’ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ’ল জীৱনৰ মুধচৰে …..। ক’ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ’ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে ।
Follow Rengoni TV :-
Facebook: https://www.facebook.com/rengonitv
Youtube: https://www.youtube.com/user/RengoniTV
Instagram: https://www.instagram.com/rengoni.tv/
Website: https://rengonitv.com/
#RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo

আরো দেখুন